Friday, 2 September 2022

ৰচনা দুৰ্গা পূজাৰ ওপৰত//Essay on Durga Puja in Assamese//General knowledge 2022 || Bipin Tamuli ||

ভিডিঅ'টো চাবলৈ ইয়াত 👉 ক্লিক কৰক আৰম্ভণিঃ শাক্তধর্ম হিন্দু সকলৰ এটি প্রধান উৎসৱ হ'ল দুর্গাপূজা। দুগাদেৱীক শক্তিৰ দেৱী হিচাপে পূজা কৰা হয়। মানুহৰ মাজত অপায়-অমঙ্গল, হিংসা আদি এই দেৱীক আৰাধনা কৰিলে আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।
         উৎপত্তিঃ দুর্গাপূজা প্রচলন হােৱাৰ কেইবাটিও কাৰণ আছে। চণ্ডী’ নামৰ পুৰাণৰ মতে, পুৰণি কালত মহিষাসুৰক বধিবৰ বাবে দেৱতা সকলে নিজৰ নিজৰ শক্তিৰে দুগাদেৱীক নির্মাণ কৰিছিল। এই দেৱীয়ে দশভূজা (দহখন হাত) ৰূপে মহিষাসুৰক বধ কৰে। পুৰণি কালত ৰজা সুৰথ আৰু সমাধি বৈশ্যই প্রথমে দুর্গাদেৱীক বসন্ত কালত পূজা কৰিছিল। সেই পূজাকে বাসন্তী পূজা’ ৰূপে এতিয়াও কোনােৱে জামন কৰে। ৰামায়নৰ মতে, শ্ৰীৰামচন্দ্ৰই হেনাে লংকা বিজয় কৰাৰ আগতে কালতে দুর্গাদেৱীক পূজা কৰিছিল। তেতিয়াৰে পৰা সেই পূজা শাৰদীয় পূজা ’ হিচাপে পালন কৰা হয়।
            ভাৰতবৰ্ষত প্রায় সকলাে ঠাইতে এই পূজা পালন কৰা হয়। পশ্চিম বংগত এই পূজা জাতীয় উৎসৱ হিচাপে পালন কৰা হয়। অসম, উৰিষ্যা, দিল্লীতে মহাসমাৰােহেৰে এই পূজা পতা হয়। তদুপৰি বাংলাদেশ, নেপাল আদি দেশত দুর্গা পূজা হয়। ভাৰতৰ কিছুমান ঠাইত দশে’ উৎসৱ হিচাপেও পালন কৰা হয় আজিকালি আমেৰিকা, লণ্ডন আদিতাে দুর্গা পূজা হয়।প্রতিমাৰ বিৱৰণঃ দুগাদেৱীৰ প্রতিমাখনাে বিচিত্র। প্রতিমাখনৰ মাজত দুগাদেৱী। এওঁৰ দহখন হাতত দহবিধ অস্ত্ৰৰে বিভূষিতা। দেৱীৰ সোঁ ভৰিখন বাহ সিংহৰ গাত আৰু বাওঁ ভৰিখন মহিষাসুৰৰ ওপৰত থাকে। দুগাদেৱীৰ সোঁফালে গণেশ আৰু লক্ষ্মীদেৱী, বাওঁফালে কার্তিক আৰু সৰস্বতী দেৱীক ৰখা হয়। প্রতিমাৰ ওপৰত শিৱ দেৱতা বিৰাজমান। গােটেই প্রতিমাখন বিচিত্রভাৱে কাৰুকার্য কৰা হয়।
            উৎসৱটোঃ শৰৎকালত বতৰ পৰিষ্কাৰ হয়। শেৱালি ফুল ফুলি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। এনে সময়তে (আহিন বা কাতি মাহ) দুর্গা পূজা হয়। দুর্গাপূজা ঘৰুৱা ভাৱেও হয়। বেছিভাগ ৰাজহুৱা ভাৱে হয়। বহুতে এই পূজাত নতুন কাপােৰ সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনা কানি, জোতা আদি লয়, পূজা থলীত দোকান-মেলা আদি হয়। বেলুন, পেপা আদি মনােহাৰী বস্তুয়ে লৰা-ছােৱালীক আকর্ষণ কৰে। পূজাকেইদিন থিয়েটাৰ, ভাওনা, আদি হয়। পূজাৰ প্ৰথম দিনা ষষ্ঠী। এই দিনা গোঁসানী প্রতিষ্ঠা কৰা হয়। তাৰ পাছত ক্রমে সপ্তমী, অষ্টমী আৰু নৱমী পূজা। দশমী দিনা দেৱীক বিসর্জন দি নৈ, বিল আদিত উটুৱাই দিয়া হয়। এই দিনটোক ‘বিজয়া দশমী’ বুলি কোৱা হয়।সন্ধ্যা ইজনে সিজনক সম্ভাষণ জনাই মিঠাই আদি বিতৰণ কৰে।
           সামৰণিঃ বর্তমান দুর্গাপূজা কেৱল শাক্তধর্মী হিন্দুৰে নহয়, সকলােৰে বাবে আনন্দ উৎসৱত পৰিণত হৈছে। এই উৎসৱে অশুভ শক্তি নাশ কৰি মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে।

84 টা প্ৰশ্ন // প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম কি আছিল ?General knowledge 2022 || Bipin Tamuli ||

ভিডিঅ'টো চাবলৈ ইয়াত 👉 ক্লিক কৰক
৬৩। অসমত তেলৰ পুং ক'ত ক'ত আছে ?

উত্তৰঃ- অসমত তেলৰ পুং ডিগবৈ, ডুলিয়াজান, নাহৰকটীয়া,মৰাণ, গেলেকী, হুগ্ৰীজান, সোণাৰী, ৰুদ্ৰসাগৰ, লাহোৱাল আদিত।

৬৪। অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম কি ?

উত্তৰঃ- অসম বিধান সভাৰ প্ৰথম মহিলা সদস্যগৰাকীৰ নাম হৈছে- উষা বৰঠাকুৰ।

৬৫। অসমত জুইখলা কাৰখানা ক'ত আছে ? 

উত্তৰঃ- অসমত জুইখলা কাৰখানা ধুবুৰীত আছে।

৬৬। অসমত সাৰ কাৰখানা ক'ত আছে ?

উত্তৰঃ- অসমত সাৰ কাৰখানা নামৰূপত আছে।

৬৭। অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাওঁ, লালবস্তি ( তেজপুৰ )

৬৮। অসমত গৰম পানীৰ উহঁ ক'ত আছে ?

উত্তৰঃ- অসমত গৰম পানীৰ উহঁ গোলাঘাট জিলাৰ নামবৰ হাবিত।

৬৯। অসমত চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে ?

উত্তৰঃ- অসমত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট আৰু টোকোলাইত।

৭০। অসমত পেট্ৰ' কেমিকেল কমপ্লেক্স ক'ত আছে ?

উত্তৰঃ- অসমত পেট্ৰ'কেমিকেল কমপ্লেক্স নামৰূপত আৰু বঙ্গাইগাওঁত আছে।

৭১। অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম কি ?

উত্তৰঃ- অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম হৈছে- শিলঘাট।

৭২। অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ক'ত ক'ত আছে ?

উত্তৰঃ- অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট, তিনিচুকীয়া, নগাঁও, ডিফু, গুৱাহাটী, তেজপুৰ, বৰপেটা, বঙ্গাইগাঁও।

৭৩। সৈনিক স্কুল অসমৰ কোন ঠাইত আছে ?

উত্তৰঃ- সৈনিক স্কুল অসমৰ গোৱালপাৰা ( মৰনৈ ) আছে।

৭৪। অসমত কৃষি বিশ্ববিদ্যালয় ক'ত আছে ?

উত্তৰঃ- অসমত কৃষি বিশ্ববিদ্যালয় যোৰহাট, বিশ্বনাথ চাঁৰিআলি আছে।

৭৫। অসমৰ ক'ত ক'ত পশুচিকিতসা মহাবিদ্যালয় আছে ?

উত্তৰঃ- গুৱাহাটী ( খানাপাৰা ) আজাদ ( উত্তৰ লক্ষীমপুৰ )।

৭৬। কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি 
উত্তৰঃ- কথাছবি নিৰ্মাণ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম হৈছে- 'জয়মতী কুঁৱৰী'।

৭৭। প্ৰথম অসমীয়া পি.এইচ. ডি কোন ?

উত্তৰঃ- প্ৰথম অসমীয়া পি.এইচ. ডি ড' ময়দুল ইছলাম বৰা।

৭৮। অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখন কি আছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাঁতাৰ নাটকখনৰ নাম হৈছে- 'বীণ বৈৰাগী'।

৭৮। প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম কি আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ব্যঙ্গ আলোচনীখনৰ নাম আছিল- কাৰ্টুনঃ সম্পাদক পুলক গগৈ।

৭৯। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?

উত্তৰঃ- গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।

৮০। অসমৰ প্ৰথম মহিলা স্নাতক কোন কোন ?

উত্তৰঃ- অসমৰ প্ৰথম মহিলা স্নাতক আছিল- সুধালতা দুৱৰা আৰু সুখলতা দুৱৰা।

৮১। কোনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল ?


উত্তৰঃ- দেশভক্ত তৰুণ ৰাম ফুকনে প্ৰথম অসমীয়া ভাষাত চিকাৰ কাহিনী ৰচনা কৰিছিল।

৮২। কোনে প্ৰথমে অসমত চাহগছ আৱিস্কাৰ কৰে ?

উত্তৰঃ- মিঃ এ, চি, ব্ৰচে আৱিস্কাৰ কৰিছিল।

৮৩। অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. কোন বাৰু ?

উত্তৰঃ- অসমৰ প্ৰথমৰ প্ৰথম স্নাতক ( গ্ৰেজুৱেট ) আৰু আই চি. এই. আনন্দৰাম বৰুৱা। 

৮৪। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল ?

উত্তৰঃ- প্ৰথম অসমীয়া ৰাজ্যপাল আছিল- বিষ্ণুৰাম মেধি।    

Wednesday, 31 August 2022

মাধৱদেৱৰ বিষয়ে ৰচনা। HSLC EXAM 2022 Common essay // essay on madhavdev in assamese || Bipin Tamul

উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নদীৰ পাৰৰ হৰিশিঙা ৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত। মাধৱদেৱৰ পিতৃৰ নাম আছিল গােবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনােৰমা। তেওঁ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্র অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সর্বশাস্ত্র বিশাৰদ হৈ উঠে। তেওঁ ঘােৰ শাক্ত আছিল আৰু পূজাত বলি-বিধানৰ পােষকতা কৰিছিল।

মাধৱদেৱে তেওঁৰ বৈনায়েক ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হােৱাৰ মানসেৰে তেওঁৰ ওচৰ চাপে। সেই সময়ত শংকৰদেৱ ধুৱাহাট নামৰ ঠাইত আছিল। মাধৱদেৱ গৈ বাৰভূঞা বিষয়ৰ শংকৰদেৱক দেখা কৰাৰ সময়ত প্ৰণাম জনালে। তাৰ পাছত দুয়ােৰে মাজত শাস্ত্র আলােচনা হ’ল আৰু শংকৰদেৱে ভাগৱতৰ শ্লোক মাতি নিগুণ ভাগবতী ধৰ্মৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰিলে। মাধৱদেৱে শংকৰদেৱৰ যুক্তিত হাৰ মানি তেওঁক সেৱা জনালে।

ইয়াৰ পাছত মাধৱদেৱে শংকৰদেৱৰ একান্ত অনুৰক্ত শিষ্য হৈ পৰে আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত মাধৱদেৱ গুৰুৰ সোঁহাত স্বৰূপ হৈ পৰে।
মাধৱদেৱ শংকৰদেৱৰ শিষ্যত্ব গ্রহণ
শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰাৰ পাছত মাধৱদেৱে তেওঁৰ কবি প্রতিভাৰ সম্যক প্রতিভা গুৰুৰ আগত দাঙি ধৰিছিল। এবাৰ শংকৰদেৱৰ সৈতে নাৰায়ণ দাস ঠাকুৰ, জন্তিৰ মধাই আৰু মাধৱদেৱ ফুৰিবলৈ গৈছিল। এজন গৰখীয়া ল’ৰাই কৃষ্ণ নাম গােৱাত সেই ঠাইডােখৰ বৈষ্ণৱ ধর্ম প্রচাৰৰ উপযুক্ত ঠাই হ’ব বুলি শংকৰদেৱে বিবেচনা কৰি তাতে তিনিওজনকে কবিতা লেখিব দিলে। মহাপুৰুষ মাধৱদেৱে লেখা ‘জয় গুৰু শংকৰ’ কবিতাটো পঢ়ি শংকৰদেৱ বিমুগ্ধ হৈ যায় আৰু তেওঁক কবিতা লেখাৰ বাবে অনুপ্রাণিত কৰে।

গুৰুৰ অনুপ্ৰেৰণা লাভ কৰি তেওঁ কাব্য ৰচনাত প্রবৃত্ত হয়। আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, নামঘােষা আদি অনুপম কাব্য ৰচনা কৰাৰ উপৰি তেওঁ অতি জনপ্রিয় বৰগীত সমূহৰচনা কৰে। দাস্য আৰু বাৎসল্য ৰসৰ শ্রেষ্ঠ প্রকাশক হিচাপে বৰগীতসমূহৰ মূল্য অপৰিসীম। নামঘােষাতাে দাস্যভাবৰ অফুৰন্ত প্রকাশ কাব্যিক সুষমাৰে প্ৰকাশিত হৈছে।

মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ ভাবত গভীৰতা, দাস্যভাবত আত্মসমর্পণ, আত্মলঘিমা আৰু গুৰুৰ প্রতি অবিচল ভক্তি এই গ্ৰন্থত সুন্দৰভাৱে প্রকাশ পাইছে।

মাধৱদেৱৰ বৰগীতসমূহত ভক্তৰ ভক্তিভাৱ মর্মস্পর্শী আৰু সংযত ভাষাৰে প্রকাশিত হৈছে। বাৎসল্য আৰু বিৰহৰ ভাবেই ইয়াত মুখ্য স্থান পাইছে। তেওঁৰ বৰগীতসমূহৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে অতি চমু কথাত এনেদৰে কৈছে, “তেওঁৰ বেছি ভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং-বিৰঙৰ চিত্র ফুটি ওলাইছে”। বাৎসল্য প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব। গীত, পদ, নাট সকলােতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু চৰিত্র সজীৱ কৰি তুলিছে।

নাট্যকাৰ হিচাপেও মধৱদেৱে নিজস্ব প্রতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। শংকৰদেৱৰ দৰে অতি প্রতিভাশালী নাট্যকাৰক অনুকৰণ নকৰি তেওঁ নিজস্ব দৃষ্টিভঙ্গীৰে নাটসমূহ ৰচনা কৰাত সেইবােৰৰ বিষয়বস্তু আৰু কলা-কৌশল বৈশিষ্ট্যপূর্ণ হৈ উঠিছে।

মাধৱদেৱৰ নাটসমূহ
মাধৱদেৱৰ নাটসমূহ হ’ল চোৰধৰা, পিম্পৰা গুচোৱা, দধিমথন, ভূমিলেটোৱা, ভােজন বিহাৰ আদি। নাটকবােৰত শিশু কৃষ্ণৰ যােগেদি বাৎসল্য ৰসৰ সৃষ্টি কৰি পাঠক আৰু দৰ্শকৰ অন্তৰ বিগলিত কৰিছে। সর্বসাধাৰণ দৰ্শকে বুজি পাবলৈ তেওঁ নাটকত সংস্কৃত শ্লোকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল। মাধৱদেৱে তত্ত্বমূলক গ্রন্থ ৰচনা কৰি বৈষ্ণৱধৰ্মৰ দার্শনিক তথা তাত্ত্বিক ভেটিক সুদৃঢ় কৰি তােলে। এই ক্ষেত্ৰত নামঘােষা তেওঁৰ বিশেষ উল্লেখযােগ্য গ্রন্থ। ইয়াত তেওঁ দাস্যভক্তিৰ পৰাকাষ্ঠা প্ৰকাশ কৰিছে। জন্মৰহস্য, ভক্তি ৰত্নাৱলী,নাম মালিকা আদি তেওঁৰ আন আন তত্ত্বমূলক গ্রন্থ।

সেইবােৰৰ উপৰি গুপ্তমণি, অমূল্যৰত্ন, গুপ্তসাৰ আদি গ্রন্থ তেওঁৰ দ্বাৰা ৰচিত বুলি উল্লেখ কৰা হৈছে যদিও গ্ৰন্থৰ জনপ্রিয়তা বৃদ্ধিৰ কাৰণেই তেওঁৰ নাম তাত সংযােগ কৰা বুলি অনুমান কৰিব পাৰি।

মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধর্ম মাধৱদেৱে যত্ন সহকাৰে লালন-পালন কৰে যদিও তেওঁৰ দিনতে এই ধৰ্মত ভিন্ন সম্প্রদায়ৰ সৃষ্টি হৈ ইয়াত ফাট মেলিবলৈ আৰম্ভ কৰে। কিন্তু মাধৱদেৱে গুৰুৰ বাক্য সুৱৰি তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয়।

শেষ বাক্য
গতিকে অসমৰ বৈষ্ণব ধৰ্মৰ প্ৰসাৰত শংকৰদেৱৰ যিমান অৱদান মাধৱদেৱৰাে সিমানে অৱদান। সেয়ে ইজনক সিজনৰ পৰিপূৰক বুলি ক’ব পাৰি।

Saturday, 27 August 2022

অসমৰ সাধাৰণ জ্ঞানৰ ৬০ টা প্ৰশ্ন উত্তৰ General knowledge 2022 || অসমৰ প্ৰথম বেৰিষ্টাৰ কোন ?Bipin Tamu

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক
৪১। অগ্নিগড় ক'ত অৱস্থিত ?   

উত্তৰঃ- অগ্নিগড় তেজপুৰত অৱস্থিত ।

৪২। দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি ?

উত্তৰঃ- দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হৈছে - নৰকাসুৰ আৰু ভগদত্ত ।

৪৩। আহোমসকলে অসমত কেতিয়া ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰঃ- আহোমসকলে অসমত ১২২৮ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল ।

৪৪। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল ?

উত্তৰঃ- শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল ।        

৪৫। আহোমসকল প্ৰথম আৰু শেষ ৰজা
উত্তৰঃ- আহোমসকল প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ ।

৪৬। কোন আহোম ৰজাই প্ৰথমে অসমৰ মাটি জৰীফ কৰাইছিল ?

উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহ ৰজাই প্ৰথমতে অসমৰ মাটি জৰীফ কৰাইছিল ।         

৪৭। কোন আহোম ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ- স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজাই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল।৪৮। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল ?

উত্তৰঃ- পুৰন্দৰ সিংহ ৰজাক ইংৰাজে বন্দী কৰি কলিকতাৰ আলিপুৰ জে'লত ৰাখিছিল।

৪৯। অসমীয়া চুটি গল্পৰ জন কোন ?

উত্তৰঃ- অসমীয়া চুটি গল্পৰ জনকৰ নাম হৈছে- লক্ষ্মীনাথ বেজবৰুৱা।

৫০। আহোমৰ শেষ স্বাধীন ৰজা কোন আছিল ?

উত্তৰঃ- আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম হৈছে- চন্দ্ৰকান্ত সিংহ ।

৫১। অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল ? 

উত্তৰঃ- অসমীয়া নাট্য সাহিত্যৰ জনৰ নাম হৈছে- মহাপুৰুষ শংকৰদেৱ ।৫২। অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্যৰ ভট্ৰদেৱে ৰচনা কৰিছিল।

৫৩। সতী জয়মতী কোন আছিল ?

উত্তৰঃ- সতী জয়মতী আছিল- গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহ মাতৃ। ল'ৰা ৰজাই তেওঁক নিৰ্যাতন কৰি জেৰেঙা পথাৰত হত্যা কৰিছিল।

৫৪। অসমীয়া ভাষাত পোন প্ৰথম ছপা হোৱা বুৰঞ্জীখনৰ নাম কি ? 

উত্তৰঃ- অসমীয়া ভাষাত পোন প্ৰথমে ছপা হোৱা বুৰঞ্জীখনৰ নাম হৈছে- ৰাধানাথ বৰবৰা আৰু কাশীনাথ তামুলী ফুকন ৰচিত "অসম বুৰঞ্জী"             । অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ কেইখন আৰু কি কি ?

উত্তৰঃ- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্হ ৪ খন । সেইকেইখন হৈছে- কীৰ্ত্তন, দশম, ভক্তি ৰত্নাৱলী আৰু নামঘোষা।

৫৬। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ- স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল - লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

৫৭। মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম কি ?

উত্তৰঃ- মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্হখনৰ নাম হৈছে- সপ্তকাণ্ড ৰামায়ন।
৫৮। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন ?

উত্তৰঃ- অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে- আনন্দৰাম বৰুৱা।

৫৯। কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰঃ- কছাৰী ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল- শত্ৰু দমন।

৬০।দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয় ?

উত্তৰঃ- ১৯৮১ চনৰ ১২ জানুৱাৰীত দীপৰ বিলক পক্ষীৰ অভয়াৰণ্য হিছাপে ঘোষণা কৰা হয়।

৬১। অসমৰ প্ৰথম মহিলা আই এ এছ কোন ?

উত্তৰঃ- পাৰুল দাস অসমৰ প্ৰথম মহিলা আই এ এছ।৬২। সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম কি ?

উত্তৰঃ- সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভুষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম হৈছে- কৃষ্ণকান্ত সন্দিকৈ।

Thursday, 25 August 2022

অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ? অসম বুৰঞ্জী / history of Assam / General knowledge 2022 ||

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক
১৪। আমাৰ ৰাজ্যখনৰ নাম অসম কেনেদৰে হ'ল ?

উত্তৰঃ- আহোমসকলে ইয়াত ৰাজত্ব কৰাই পৰা।

১৫। শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত ?

উত্তৰঃ- গোৱালপাৰত ।

১৫। গোঁহাই কমলআলিৰ দিঘল কিমান আছিল ?

উত্তৰ- ৫৬০ কিলোমিটাৰ ।

১৬। বৰ্তমান অসমৰ ৰাজধানী ক'ত ?

উত্তৰঃ- বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ ।

১৭। পুৰণি কামৰূপৰ ৰাজধানী নাম কি আছিল ?

উত্তৰঃ- পুৰণি কামৰূপৰ ৰাজধানী আছিল - প্ৰাগজ্যোতিষপুৰ।

১৮। অসমৰ পুৰণি নাম কি আছিল ?

উত্তৰঃ- অসমৰ পুৰণি নাম আছিল কামৰূপ ।

১৯। অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বদীদ কোন ?

উত্তৰঃ- অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ পিয়লি ফুকন আৰু মণিৰাম দেৱান।

২০। আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল ?

উত্তৰঃ- আহোমসকলে অসমত প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল।

২১। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল ?   

উত্তৰঃ- ল'ৰা ৰজা প্ৰকৃত নাম আছিল- চুলিকফা।

২২। প্ৰচীন কামৰূপৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ- প্ৰাচীন কামৰূপৰ ভাগ ৪ টা । সেইকেইটা হৈছে - কামপীঠ, স্বৰ্ণপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ ।

২৩। অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ?
উত্তৰঃ- অসমত ১৮৬১ চনত পুলিচ বাহিনী গঠন কৰা হৈছিল ।

২৪। আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ- আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল - ৰুদ্ৰসিংহ ।

২৫। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ- মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল।

২৬। অসমলৈ কোনে মান আনিছিল ?

উত্তৰঃ- অসমলৈ বদন বৰফুকনে মান আনিছিল ।

২৭। কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- কোঁচ ৰাজ্য মহাৰাজ বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিল ।

২৮। ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ- ভীস্মক ৰজাই বিৰ্দভ ৰাজ্যত ৰাজত্ব কৰিছিল।
২৯। আহোমৰ কোন ৰাজ কুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া দিছিল ? 

 উত্তৰঃ- আহোমৰ ৰমণী গাভৰু ৰাজ কুঁৱৰীক দিল্লীৰ মোগল সম্ৰাটলৈ বিয়া দিছিল ।

৩০। কোঁচ ৰজা নৰনাৰায়নৰ সেনাপতিৰ নাম কি ?

উত্তৰঃ- কোঁচ ৰজা নৰনাৰায়নৰ সেনাপতিৰ জনৰ নাম হৈছে চিলাৰায়।

৩১। ঘটোতকচ কোন ৰাজ্যৰ অধিবাসী আছিল ?

উত্তৰঃ- ঘটোতকচ হিড়াম্বাপুৰৰ অধিবাসী আছিল ।

৩২। বাণ ৰজাই ক'ত ৰাজ্ত্ব কৰিছিল ?

উত্তৰঃ- বাণ ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিল ।

৩৩। শিৱদৌলৰ উচ্চতা কিমান ?

উত্তৰঃ- শিৱদৌলৰ উচ্চতা ১০৪ ফুট ।

৩৪। জয়সাগৰ পুখুৰী কেতিয়া খন্দা হৈছিল ?

উত্তৰঃ- জয়সাগৰ পুখুৰী ১৬৯৭খ্ৰীষ্টাব্দত খন্দা হৈছিল ।

৩৫। বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল ? 

উত্তৰঃ- বাণ ৰজাৰ জীয়েকৰ নাম আছিল উষা ।

৩৬। অসমৰ ৰপ্তানী বস্তু কি কি ?

উত্তৰঃ- অসমৰ ৰপ্তানী বস্তু বোৰ নাম হৈছে- চাহপাত, কয়লা, চুণশিল, খনিজতেল, মৰাপাট, কাঠ, সৰিয়হ আৰু বাঁহ-বেত আদি ।

৩৭। অসম কেতিয়া ইংৰাজ হাতলৈ যায় ?

উত্তৰঃ- অসম ইং ১৮২৬ চনত ইংৰাজ হাতলৈ যায় ।

৩৮। কোনে প্ৰাগজ্যোতিষ পুৰত ৰাজত্ব কৰিছিল ?

উত্তৰঃ- মহীৰঙ্গ দানৱে প্ৰাগজ্যোতিষ পুৰত ৰাজত্ব কৰিছিল ।

৩৯। কোন ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ- গদাধৰ সিংহৰ ৰজা দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ।

৪০। অসম কিহৰ বাবে বিখ্যাত ? 

উত্তৰঃ- অসম চাহপাত, খনিজতেল আৰু কাজিৰঙাৰ পৃথিৱী বিখ্যাত এটা খৰ্গৰ বাবে বিখ্যাত ।

Tuesday, 23 August 2022

भारत की पहली महिला राज्यपाल कौन थी ? General knowledge BT // Hindi Gk questions answered

वीडियो देखने लिए यहां पर 👉 क्लिक कीजिए
1. भगवान बुद्ध को ज्ञान की प्राप्ति कहाँ हुई थी?
Ans:- बोधगया

2. आर्य समाज की स्थापना किसने की ?
Ans:- स्वामी दयानंद ने

3. पंजाबी भाषा की लिपि कौनसी है ?
Ans:- गुरुमुखी

4. भारत की मुख्य भूमि का दक्षिणतम किनारा कौनसा है ?
Ans:- कन्याकुमारी
5. भारत में सबसे पहले सूर्य किस राज्य में निकलता है ?
Ans:- अरुणाचल प्रदेश
6. इंसुलिन का प्रयोग किस बीमारी के उपचार में होता है ?
Ans:- मधुमेह
7. बिहू किस राज्य का प्रसिद्ध त्योहार है ?
Ans:- आसाम
8. कौनसा विटामिन आंवले में प्रचुर मात्रा में मिलता है ?
Ans:- विटामिन C
9. भारत का प्रथम गवर्नर जनरल कौन था ?
Ans:- विलियम बैंटिक
10. कागज का आविष्कार किस देश में हुआ ?
Ans:- चीन
11. गौतम बुद्ध का बचपन का नाम क्या था ?
Ans:- सिद्धार्थ

12. भारत में सशस्त्र बलों का सर्वोच्च सेनापति कौन होता है ?
Ans:- राष्ट्रपति

13. रतौंधी किस विटामिन की कमी से होती है ?
Ans:- विटामिन A

14. पोंगल किस राज्य का त्योहार है ?
Ans:- तमिलनाडु

15. गिद्धा और भंगड़ा किस राज्य के लोक नृत्य हैं ?
Ans:- पंजाब

16. टेलीविजन का आविष्कार किसने किया ?
Ans:- जॉन लोगी बेयर्ड

17. भारत की पहली महिला शासिका कौन थी ?
Ans:- रजिया सुल्तान

18. मछली किसकी सहायता से सांस लेती है ?
Ans:- गलफड़ों

19. ‘इंकलाब जिंदाबाद’ का नारा किसने दिया ?
Ans:- भगत सिंह ने
20. जलियांवाला बाग हत्याकांड कब व कहाँ हुआ ?

Ans:- 1919 ई. अमृतसर
21. 1939 ई. में कांग्रेस छोड़ने के बाद सुभाषचंद्र बोस ने किस दल की स्थापना की ?
Ans:- फॉरवर्ड ब्लॉक

22. ‘पंजाब केसरी’ किसे कहा जाता है ?
Ans:- लाला लाजपत राय

23. सांडर्स की हत्या किसने की थी ?
Ans:- भगत सिंह

24. 1857 ई. के विद्रोह में किसने अपना बलिदान सबसे पहले दिया ?
Ans:- मंगल पांडे

25. भारत की पहली महिला राज्यपाल कौन थी ?
Ans:- सरोजिनी नायडु

26. माउन्ट एवेरेस्ट पर दो बार चढ़ने वाली पहली महिला कौन थी ?
Ans:- संतोष यादव

27. ‘ब्रह्म समाज’ की स्थापना किसके द्वारा की गई ?
Ans:- राजा राममोहन राय

28. स्वामी दयानंद सरस्वती का मूल नाम क्या था ?
Ans:- मूलशंकर

भारत का राष्ट्रीय पक्षी क्या है? General knowledge BT // Hindi Gk questions answered

video देखने के लिए यहां पर 👉 क्लिक करें

Wednesday, 17 August 2022

কাৰেংঘৰ কোনে সজাইঠছিল । অসমত সুতা কটা কল ক'ত আছে? General knowledge 2022 || Bipin Tamuli || Part 1

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক
Your search 🔎 
🔘 ১। অসমৰ ৰপ্তানী বস্তুবোৰ কি কি? ২। ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল । ৩। কাৰেংঘৰ কোনে সজাইঠছিলঃ ৪। সদৌ অসম ছাত্ৰ সহাৰ অসমত বিদেশী নাগৰিক বহিকাৰ আদোলন কতিয়া আৰভ হয়। ৫। শ্ৰীসূৰ্য্য পাহাৰ ক'ত অৱস্থিত? ৬। অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? ৭। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ৮। অসমত চেনীকল কোন কোন ঠাইত আছে? ৯। অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? ১০। অসমত সুতা কটা কল ক'ত আছে? ১১। অসমৰ কোন খন জিলাত মানসিক চিকিসালয় আছে? ১২। পোৱামক্কা ক'ত অৱস্থিত ? ১৩। নামদাঙৰ শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল

Thursday, 11 August 2022

স্বাধীনতা দিৱস ২০২২ / 15 August question answer / independence day 2022 / general knowledge //

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক Credits : all Information are taken from various sources on Internet.

Hi
I am Bipin Tamuli. Welcome to our YouTube channel Bipin Tamuli

               My name is Bipin tamuli from and Assamese YouTube channel name Bipin tamuli this is my 1st channel where I make every kind of video. Please Subscribe my channel. 🙏 Thankyou. 
     🔘 Assamese puzzle ৰ সকলো ভিডিঅ' ( সাথৰ)👇👇👇👇
 https://youtube.com/playlist?list=PL9AZoT6MG26R0lgwFWA1pTKnQBU9VHlaq

    🔘 সাধাৰণ জ্ঞানৰ সকলো ভিডিঅ' :👇👇👇
https://youtube.com/playlist?list=PL9AZoT6MG26RO2zmDBhnJyGaRuL3Sd8Gw

     🔘 মহাভাৰতৰ প্ৰশ্নোত্তৰ সকলো ভিডিঅ' 👇👇👇
https://youtube.com/playlist?list=PL9AZoT6MG26ToQZXxS5IbjS3GM82Tbxxi

        Note: Some images/videos shown in the video
Belongs to the respected owners and not me. Thanks for No Copyright and Cc License images/videos. __________________________________
   About this video:
      only for entertainment and General knowledge
  ___________________
      My Facebook page
   https://fb.me/BpTamuli
   
My email :
https://btamulidmj@gmail.com 

My Instagram 
https://instagram.com/tamuli.bipin 

My blogger 
https://btamuli.blogspot.com 

                              
__________________________
Tags
#generalknowledge #independenceday #15august #2022independencedaystatus 
                               ____________________________
Your search 🔎 
🔘 General knowledge 🔘 অশোক চক্ৰত কিমান ডাল ৰেখা আছে 🔘 ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন কোনে কৰিছিল 🔘 ২০২২ চনত কিমান তম স্বাধীনতা দিৱস 🔘 ভাৰত স্বাধীনৰ বাবে 15 আগষ্ট দিনটো কোনে বাছি উলিয়াইছিল 🔘 ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ১৫ আগষ্ট দিনা ক'ত পাতাকা উত্তোলন কৰে 🔘 স্বাধীনতা দিৱসত কোনজন প্ৰধানমন্ত্ৰীয়ে সকলোতকৈ বেছি পাতাকা উত্তোলন কৰে 🔘 বৃটিছ সকলে ভাৰতত কিমান বছৰ শাসন কৰিছিল 🔘 স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল 🔘 ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া সিমা বিভাজন কৰা হয় 🔘 মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো কাৰ আছিল 🔘 প্ৰথম ভাৰতীয় ৰাষ্ট্ৰীয় সেনা কোনে গথন কৰে 🔘 independence day india 🔘 independence day question answer 🔘 15 August question answer 🔘 independence day status 🔘 
🔘 জমনি সাথৰ 
🔘 Amazing puzzle 
🔘 Assamese funny question and answer 
🔘 অসমীয়া সাধাৰণ জ্ঞান
🔘 Assamese riddle 
🔘 Puzzle Assamese
🔘 Assamese puzzle 2022
🔘 Assamese new puzzle
🔘 Assamese puzzle video
🔘 অসমীয়া সাথৰ 
🔘 Assamese puzzle assamese riddles
🔘 Assamese puzzle story
🔘 Assamese puzzle question
🔘 Assamese puzzle new
🔘 Assamese puzzle 2022
🔘 Assamese puzzle new 2022
🔘 Animation video 
🔘 Assamese animation story
🔘 Assamese animation comedy video
🔘 Assamese fairy tales
🔘 Assamese fairy tales story new
🔘 Assamese cartoon
🔘 Assamese cartoon video fRA TV - Sathor
🔘 অসমীয়া ফঁকৰা যোজনা 
🔘 RN TV- Sathor
🔘 Sathor TV
🔘 Assamese riddles
🔘 Assamese hathor
🔘 Khathor in assamese
🔘 Assamese xathor
🔘 Assamese sathor with answers
🔘 Assamese puzzles
🔘 Assamese question answer
🔘 Assamese funny question answer 
🔘 Riddles
🔘 Hathor
🔘 Axomia hathor
🔘 AxomiaXathor
🔘 Assamese videos xathr
🔘 Axomia video
🔘 New Assamese Video
🔘 Assamese khathor
🔘 Assamese hathor
🔘 Aathor
🔘 Sathor assamese
🔘 Assamese news
🔘 Assamese paheli
🔘 Assamese story
🔘 Assamese video
🔘 Hathor assamese puzzle xathor
🔘 Assamese comedy videos
🔘 Assamese funny video
🔘 Assamese entertainment video
🔘 Assamese Facebook memes
🔘 Comedy videos 
🔘 Funny video 
🔘 Entertainment video 
🔘 Comedy 
🔘 Funny 
🔘 Entertainment 
🔘 Bipin Tamuli video 
🔘 Facbook girls
🔘 Assamese girls
🔘 Assamese sort story
🔘 Facbook memes
🔘 Funny memes
🔘 Comedy memes
🔘 Assamese sort Comedy videos
🔘 Assamese sort Funny video
🔘 Assamese video  
🔘 Bipin Tamuli Funny memes 
🔘 Tamuli da
🔘 Assamese comedy story 
🔘 অসমীয়া বেয়া সাথৰ
🔘 Animation video puzzle 
🔘 Certon video puzzle

Monday, 8 August 2022

বিশ্বকৰ্মাৰ পুত্ৰ দুজনৰ নাম কি? বিশ্বকৰ্মাই কি বিমান নিৰ্মাণ কৰিছিল? Vishwakarma Puja

ভিডিঅ'টো চাবলৈ ইয়াত 👉 ক্লিক কৰক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিবলগিয়া কেইটামান প্ৰশ্ন উত্তৰ। Sree manta Shankardev question

ভিডিঅ'টো চাবলৈ 👉 ইয়াত ক্লিক কৰক

अशोक चक्र में कितनी तीलियां होती है? General knowledge BT // Hindi Gk questions answered / 15 August

वीडियो देखने के लिए यहां पर 👉 क्लिक करे

general knowledge

वीडियो देखने के लिए यहां पर 👉क्लिक करें

মহাভাৰতৰ কেইটামান জানিব লগিয়া কথা।

সকলো খিনি জানিবৰ বাবে তলৰ লিংকটোত ক্লিক কৰকভিডিঅ' টো চাবলৈ ইয়াত 👉 ক্লিক কৰক

Wednesday, 13 July 2022

বিপৰীত শব্দ অৰ্থ // opposite words

সকলো copy কৰি ল‌ওক👇
 নিৰ্দোষী = দোষী
নিৰ্ধনী = ধনী
নিৰ্বংশ = বংশ
নিৰ্বল = সবল
দ্বৈধ = অদ্বৈধ
ধনৱন্ত = ধনহীন
ধনাত্মক = ঋণাত্মক
ধনুৱা = নিধনুৱা
ধন্য = অকৃতাৰ্থ
ধৰুৱা = নিধৰুৱা
ধৰ্ম = অধৰ্ম
ধৰ্মী = অধৰ্মী
ধৱল = শ‍্যামল 
ধাতৱ = অধাতৱ
তাকৰীয়া = সৰহীয়া 
তাকৰীয়াকৈ = সৰহীয়াকৈ 
তাজা = নিস্তেজ 
তাত = ইয়াত
নিচাত্মক = উচ্চাত্মক
নীচাত্মিকা = উচ্চত্মিকা
নীতি = অনীতি
নীতিপৰায়ণ = অনীতিপৰায়ণ
নেতিবাচক = ইতিবাচক
নেদেখা = দেখা
নৈতিক = অনৈতিক
নৈতিকতা = অনৈতিকতা
নৈশ = দিন 
নৈষ্ঠিক = অনৈষ্ঠিক
নৈসৰ্গিক = কৃত্ৰিম 
ন‍্যায় = অন‍্যায়
তাত্ত্বিক = প্ৰায়োগিক 
তাদৃশ = ইদৃশ
তাপ = শীত
তামসিক = ৰাজসিক 
তামসী = জোনাক 
তাৰল‍্য = কাঠিন‍্য 
তাৰুণ্য = বার্ধক্য 
তালাক = নিকাহ 
তিক্ত = মধুৰ
তিতা = শুকান
তিমিৰ = আলোক 
তিমিৰাচ্ছন্ন = জ্যোতিৰ্ময় 
তিৰস্কাৰ = পুৰস্কাৰ
তিৰোতা = পুৰুষ
থিয় = এঢলীয়া
থিয়কৈ = পথালিকৈ
থিয়চকুৱা = পথালিচকুৱা
থিয় হ = বহ
থিৰ = অথিৰ
থূপ খা = সিঁচৰতি হ
থেপাথেপি = সেৰেঙা 
থেপাথেপিকৈ = সেৰেঙাকৈ 
দ = বাম
দ-কৈ = বামকৈ
দগ্ধ = অদগ্ধ
দণ্ড = পুৰস্কাৰ
দঁতাল = মখনা
দধি = এঁৱা
দমনীয় = অদমনীয়
দম্য = অদম্য
দৰকাৰ = অদৰকাৰ 
দৰকাৰী = অদৰকাৰী
দৰদী = নিৰ্দয় 
দৰা = কইনা
দৰিদ্ৰ = চহকী
দলীয় = নিৰ্দলীয় 
দয়া = হিংসা
দয়ালু = নিৰ্দয়
দক্ষিণ = উত্তৰ
দক্ষিণায়ন = উত্তৰায়ন 
দাতা = গ্ৰহীতা
দান = গ্ৰহণ
দানৱ = দেৱতা
দানৱীয় = মানৱীয়
দাম্ভিক = বিনয়ী 
দাৰিদ্ৰ = আঢ্য
দাস = প্ৰভু
দাসত্ব = প্ৰভুত্ব
দাহ্য = অদাহ্য
দিক = বিদিক
দিঠক = সপোন
দিন = ৰাতি
দিবাকৰ = নিশাকৰ
দিৱস = ৰজনী
দিয়া = লোৱা
ঢাক = উদঙা 
ঢিলা = টান
ঢেৰ = তাকৰ
ঢেলঢেলীয়া = সতেজ
তই = মই
ত'ত = অ'ত 
ততা-তৈয়া = লেহেম 
ততা-তৈয়াকৈ = লেহেমকৈ 
পৰজীৱী = স্বজীৱী
পৰনিৰ্ভৰ = স্বনিৰ্ভৰ
পৰনিৰ্ভৰতা = স্বনিৰ্ভৰতা
পৰনিৰ্ভৰশীল = স্বনিৰ্ভৰশীল
পৰনিৰ্ভৰশীলতা = স্বনিৰ্ভৰশীলতা
পৰলোক = ইহলোক
পৰাজয় = জয়
পৰাধীন = স্বাধীন
পৰাধীনতা = স্বাধীনতা
তপত = চেঁচা
তমসা = জ্যোতি
তমসাচ্ছন্ন = জাজ্বল‍্যমান 
তৰল = ঘন
তৰ্ক = মীমাংসা
তৰাং = গভীৰ
তৰুণ = বৃদ্ধ
তল = ওপৰ
তস্কৰ = সাধু
তাকৰ = সৰহ
দীঘ = প্ৰস্থ
দীঘল = চুটি
দীপ্ত = ম্লান
দীৰ্ঘ = হ্ৰস্ব
দীৰ্ঘম‍্যাদী = হ্ৰস্বম‍্যাদী
দীৰ্ঘায়ু = স্বল্পায়ু
দুখ = সুখ
দুখী = সুখী
দুখীয়া = ধনী
ধ্বংসকাৰী = সৃষ্টিকাৰী
ধ্বংসাত্মক = সৃজনাত্মক
ধ্বংসমুখী = সৃষ্টিমুখী
ন = পুৰণি
নগদ = বাকী
নগৰ = গাঁও
নগৰাঞ্চল = গ্ৰামাঞ্চল
নগৰীয়া = গাঁৱলীয়া
নগ্ন = আবৃত
নতুন = পুৰণা
নবীন = প্ৰৱীণ
নমা = উঠা
দুপৰীয়া = দোভাগনিশা
দুঃখবৰ = সুখবৰ
দুঃশাসন = সুশাসন
দুঃসংবাদ = সুসংবাদ
দুঃসময় = সুসময়
দুঃসাধ‍্য = সুসাধ‍্য
দুখানুভূতি = সুখানুভূতি
দুখীয়া = চহকী
দুৰ্গন্ধ = সুগন্ধ
দুৰ্গম = সুগম
নিৰ্বাক = সবাক
নির্বিকল্প = সৰ্বিকল্প
নির্বিঘ্ন = বিঘ্ন
নিৰ্বিবাদ = বিবাদ
নির্বিৰোধ = বিৰোধ
নির্বিশেষ = বিশেষ
নিৰ্বুদ্ধি = বুদ্ধি
নিৰ্বোধ = বোধ
দুৰ্বাসনা = সুবাসনা 
দুৰ্বিনীত = সুবিনীত 
দুৰ্বুদ্ধি = সুবুদ্ধি
দুৰ্বোধ্য = সহজবোধ্য
দুৰ্জন = সুজন
দূৰ্জ্ঞেয় = জ্ঞেয়
দুৰ্দিন = সুদিন
দুৰ্নাম = সুনাম 
দুৰ্নীতি = সুনীতি 
দুৰ্নীতি পৰায়ন = সুনীতি পৰায়ন
দুৰ্বচন = সুবচন 
দুৰ্বল = সবল
দুর্বলী = শক্তিমান
নম্রতা = উগ্ৰতা
নৰক = সৰগ
নৰম = চৰম
নৰমপন্থী = চৰমপন্থী
নশ্বৰ = অবিনশ্বৰ
নাই = আছে
নাকচ = মঞ্জুৰ
নাবালক = সাবালক
দুৰ্ব‍্যব্যৱহাৰ = সৎব্যৱহাৰ
দুৰ্ভাগা = সুভগা
দুৰ্ভাগ্য = সৌভাগ্য 
দুর্ভাগ্যৱান = সৌভাগ্যৱান 
দুৰ্ভেদ্য = সুভেদ্য 
দুৰ্যশ = সুযশ 
দুৰ্লভ = সুলভ
দুৰ্লক্ষণ = সুলক্ষণ 
দুশ্চৰিত্ৰ = সৎচৰিত্ৰ
দুষ্কৰ = সুসাধ‍্য
দুষ্কৰ্ম = সুকৰ্ম
দুষ্কৃতি = সুকৃতি
ধাতৱীয় = অধাতৱীয়
ধাতু = অধাতু
ধাৰ্মিক = অধাৰ্মিক
ধীৰ = অধীৰ
ধুনীয়া = কৎচিত 
ধূৰ্ত = বুদ্ধিহীন 
ধৃত = মুক্ত
ধৈৰ্য = অধৈৰ্য
ধৈৰ্যশীল = ধৈৰ্যহীন 
ধোঁৱাখুলীয়া = মিতব্যয়ী
ধ্বংস = সৃষ্টি
দুষ্প্ৰাপ্য = সুলভ
দূৰ = ওচৰ
দূৰদৰ্শিতা = অদূৰদৰ্শিতা
দূৰদৰ্শী = অদূৰদৰ্শী
দূৰৱৰ্তী = নিকটৱৰ্তী 
দৃঢ় = শিথিল
দৃঢ়তা = শিথিলতা
দৃশ্য = অদৃশ্য
দৃশ্যমান = অদৃশ্যমান
দৃষ্ট = অদৃষ্ট
দৃষ্টি = অদৃষ্টি
দৃষ্টিহীন = দৃষ্টিক্ষম
দেখ = নেদেখ
দেনা = পাওনা
দেয় = অদেয়
ন‍্যূনতম = সৰ্বোচ্চ
পকনি = শুকনি
পকা = কেঁচা
পছন্দ = অপছন্দ
পশ্চিম = পূব
পঠন = লিখন
পণ্ডিত = মূৰ্খ
নিঘুণীয়া = ঘুণীয়া
নিজ = পৰ
নিজগৰ = জগৰ
নিজান = কোলাহল
নিত্য = অনিত্য
নিত্যতা = অনিত্যতা
নিথৰ = থৰ
নিদ্ৰা = অনিদ্ৰা
নিৰ্ধনী = ধনী
নিধৰুৱা = ধৰুৱা
নিন্দনীয় = প্ৰশংসনীয়
নিন্দা = প্ৰশংসা
পতন = উত্থান
পদস্ত = অপদস্ত
পথ = বিপথ
পথালি = দীঘল
পথ্য = অপথ্য
নিধনুৱা = ধনুৱা
নিধৰুৱা = ধৰুৱা
নিন্দনীয় = প্ৰশংসনীয়
নিন্দা = প্ৰশংসা
নিপুণ = অকামিলা
নিমন্ত্ৰিত = অনিমন্ত্ৰিত
নিম্ন = উচ্চ
নিম্নচাপ = ঊৰ্ধ্বচাপ
নিম্নতা = উচ্চতা
নিম্নলিখিত = উল্লিখিত
নিমাওমাও = কোঢ়ালপূৰ্ণ
পদকীয়া = গোচৰীয়া
পদত্যাগ = পদগ্ৰহণ
পদাৰ্থ = অপদাৰ্থ
দেৱ = অসুৰ
দেৱতা = দৈত্য
দেৱত্ব = অসুৰত্ব
দেৱানী = ফৌজদাৰী 
দেশদ্ৰোহ = দেশপ্ৰেম
দেশহিতৈশী = দেশদ্ৰোহী
দেশী = বিদেশী
তিৰোধান = আবিৰ্ভাৱ
তীব্ৰ = মৃদু
তুংগ = অতুংগ
তুচ্ছ = উচ্চ
তুলনাবিহীন = তুলনীয়
তুলনীয় = অতুলনীয়
তুল‍্য = অতুল‍্য
তুষ্ট = বিতুষ্ট
নিৰুদ্যম = উদ্যম 
নিৰুদ্বিগ্ন = উদ্বিগ্ন
নিৰুপদ্ৰৱ = উপদ্ৰৱ
নিৰুপায় = উপায়
নিৰূপ = ৰূপ
নিৰোগ = ৰোগ
নির্গন্ধ = সুগন্ধ
নিৰ্জন = সজল
নিৰ্জীৱ = সজীৱ
নিৰ্জু = দুষ্ট
নিৰ্দয় = সদয়
নিৰ্দিষ্ট = অনিৰ্দিষ্ট
তৃপ্ত = অতৃপ্ত
তৃপ্তি = অতৃপ্তি
তেনে = এনে
তোল = নমা
ত‍্যক্ত = গৃহীত
ত্যাগ = গ্ৰহণ
ত‍্যাজ্য = গ্ৰাহ্য
থকা = নথকা
থৰ = নিঠৰ
থলুৱা = বাহিৰাগত
থাক = নাথাক
দৈ = এঁৱা
দৈহিক = মানসিক
দোভাগনিশা = দুপৰীয়া
দোষ = গুণ
দোষী = নিৰ্দোষী
দ‍্যুলোক = ভূলোক
দ্ৰৱ = অদ্ৰৱ
নিৰ্লোভ = লোভ
নিলগ = ওচৰ
নিশব্দ = সশব্দ
নিশাহ = উশাহ
নিশ্চয় = অনিশ্চয়
নিশ্চিত = অনিশ্চিত
নিশ্বাস = প্ৰশ্বাস
নিষ্কর্মা = কৰ্মী
নিষ্কাম = সকাম
নিষ্ক্ৰিয় = সক্ৰিয়
নিষ্ঠুৰ = দয়ালু
নিষ্ফল = সফল
 নিস্তব্ধ = কোলাহল 
নিস্তব্ধতা = হাহাকাৰ
নিস্তেজ = সতেজ
 নিয়ম = অনিয়ম
নিয়মিত = অনিয়মিত
দ্ৰৱণীয় = অদ্ৰৱণীয়
দ্ৰৱীভূত = অদ্ৰৱীভূত
দ্ৰুত = ধীৰ
দ্বিধা = নীৰ্দ্বিধা
দ্বিধাগ্ৰস্ত = দ্বিধাহীন
দ্বিধাগ্ৰস্ততা = দ্বিধাহীনতা 
দ্বৈত = অদ্বৈত
নামঞ্জুৰ = মঞ্জুৰ
নামনি = উজনি
নামী = অনামী
নাৰী = পুৰুষ
নাশ = সৃষ্টি
নায়ক = খলনায়ক
নাস্তিক = আস্তিক
 নিকট = আঁতৰ
 নিকটৱৰ্তী = দূৰৱৰ্তি
নিকটলুৱা = কটলুৱা
 নিকৰুণ = কৰুণ
নিকা = লেতেৰা
নিকৃষ্ট = উৎকৃষ্ট
নিখৰচী = খৰচী
নিখৰ্ব = খৰ্ব
নিখুঁত = খুঁত
পৰিচ্ছিন্ন = অপৰিচ্ছিন্ন
পৰিণত = অপৰিণত
পৰিতুষ্ট = অপৰিতুষ্ট
পৰিতৃপ্ত = অপৰিতৃপ্ত
 পৰিত‍্যক্ত = অপৰিত‍্যক্ত
পৰিত্যাগ = গ্ৰহণ
নিৰ্ভীক = ভীৰু
নির্ভুল = ভুল
নিৰ্মল = মলিন
নিৰ্মিত = অনিৰ্মিত
নিৰ্মেঘ = মেঘাচ্ছন্ন
নিৰ্লজ্জ = সলজ্জ
নিৰ্লিপ্ত = লিপ্ত
নিঃশব্দ = সশব্দ
নিয়োগ = বৰ্খাস্ত
নীচ = উচ্চ
পৰিত্যাজ্য = অপৰিত্যাজ্য
পৰিধান = অপৰিধান
পৰিপক্ক = অপৰিপক্ক
পৰিপাটি = অপৰিপাটি
পৰিপুষ্ট = অপৰিপুষ্ট
 পৰিপুষ্টি = অপৰিপুষ্টি
পৰিবৃত = অনাবৃত
পৰিমিত = অপৰিমিত
পৰিশোধিত = অপৰিশোধিত
পৰিশ্ৰম = আৰাম
পৰিশ্ৰমী = অপৰিশ্ৰমী
পৰিষ্কাৰ = অপৰিষ্কাৰ
পৰোপকাকাৰী = অপকাৰী
পৰোক্ষ = প্ৰত্যক্ষ
পৰোক্ষভাৱে = প্ৰত্যক্ষভাৱে
 পৱিত্ৰ = অপৱিত্ৰ
পৱিত্ৰতা = অপৱিত্ৰতা
পশ্চ = অগ্ৰ
নিখোজ = খোজ
নিগাজী = অস্থায়ী
ধনাত্মক = ঋণাত্মক
ধনুৱা = নিধনুৱা
ধন্য = অকৃতাৰ্থ
ধৰুৱা = নিধৰুৱা
ধৰ্ম = অধৰ্ম
ধৰ্মী = অধৰ্মী
ধৱল = শ‍্যামল 
ধাতৱ = অধাতৱ
নিপীড়ন = পীড়ন
নিপুণ = অকামিলা
নিভজুৱা = ভজুৱা
নিবুকা = কথাচহকী
নিমন্ত্ৰিত = অনিমন্ত্ৰিত
নিমৰমিয়াল = মৰমিয়াল
নিম্ন = উচ্চ
নিম্নচাপ = ঊৰ্ধ্বচাপ
নিম্নতা = উচ্চতা
নিম্নলিখিত = উল্লিখিত
 নিমাওমাও = কোঢ়ালপূৰ্ণ
নিযুক্তি = বৰ্খাস্ত
নিৰভিমানী = অভিমানী
নিৰৱ = সৰৱ
নিৰস = সৰস
 নিৰৰ্থক = সদৰ্থক
নিৰক্ষৰ = সাক্ষৰ
নিৰক্ষৰতা = সাক্ষৰতা
নিৰস্ত্ৰ = সশস্ত্ৰ
 নিৰাকাৰ = সাকাৰ
 নিৰাশা = আশা
পদ্য = গদ্য
পনীয়া = গোটা
পৱিত্ৰ = অপৱিত্ৰ
আপোন = পৰ
পৰ = আপোন
পৰকাল = ইহকাল
পৰকীয় = স্বকীয়
পৰাৰ্থ = স্বাৰ্থ
পৰাশ্রয়ী = স্বাশ্রয়ী
পৰাহ্ন = পূৱা
পৰিকল্পিত = অপৰিকল্পিত
পৰিচয় = অপৰিচয়
পৰিচিত = অপৰিচিত
নিৰানন্দ = আনন্দ
নিৰাপদ = বিপদজনক
নিৰামিষ = আমিষ
নিৰামিষাহাৰী = আমিষাহাৰী
নিৰুৎসাহ = উৎসাহ
নিৰুৎসাহিত = উৎসাহিত
নিৰুৎসাহী = উৎসাহী
 নিৰুৎসুক = উৎসুক
নিৰুদ্দিষ্ট = উদ্দিষ্ট
নিৰুদ্দেশ = উদ্দেশ
নিৰুদ্ধ = ৰুদ্ধ
নিৰ্দেশক = অনিৰ্দেশক
নিৰ্দোষ = দোষ
নিৰ্দোষী = দোষী
 নিৰ্ধনী = ধনী
নিৰ্বংশ = বংশ
নিৰ্বল = সবল
দ্বৈধ = অদ্বৈধ
ধনৱন্ত = ধনহীন

Thursday, 30 June 2022

যোধিষ্ঠিৰে কৰা যজ্ঞটোৰ নাম কি আছিল? Mahabharat questions answered// Gk questions answered//

video তো চাবলৈ ইয়াতে 👉 ক্লিক কৰক
🔘শিখণ্ডী পুৰুষ নে নাৰী আছিল 🔘 ভীষ্ম কোন ৰজাৰ পুত্ৰ আছিল 🔘 শিশুপাল পূৰ্ব জন্মত কোন আছিল 🔘 কৃষ্ণক নিন্দা কৰি মৃত্যুগামী হোৱা ৰজাজন কোন আছিল? 🔘 দ্ৰৌপদীয়ে দুঃশাসনৰ পৰা পোৱা অপমানৰ বাবে কি প্ৰতিজ্ঞা কৰিছিল 🔘 ৰাজসভাত দুৰ্যোধনে দ্ৰৌপদীক কেনেধৰণে অপমান কৰিছিল 🔘 যুধিষ্ঠিৰে কৰা যজ্ঞটোৰ নাম কি আছিল 🔘 শিশুপাল কোন আছিল 🔘 দন্তবক্ৰ কোন আছিল 🔘 ৰাৱণ আৰু কুম্ভকৰ্ণ কোন আছিল 🔘জয় বিজয় কোন আছিল 🔘